অসম

assam

ETV Bharat / sitara

বিশেষধৰণেৰে উদযাপন কিং খানৰ জন্মদিন ,চাওঁ আহক তেওঁৰ জন্মদিনৰ বিশেষ ভিডিঅঃ - বলীউডৰ বাদচাহ শ্বাহৰুখ খানৰ জন্মদিন

শনিবাৰে বলীউডৰ বাদচাহ শ্বাহৰুখ খানৰ জন্মদিন উপলক্ষে তেওঁৰ বহু অনুৰাগীয়ে শুভকামনাৰে উপচাই পেলায়

কিং খানৰ জন্মদিন উদযাপন

By

Published : Nov 3, 2019, 4:17 PM IST

চিটাৰা ডেস্ক,3 নৱেম্বৰঃবলীউডৰ বাদচাহ শ্বাহৰুখ খানৰ 54 সংখ্যক জন্মদিন উপলক্ষে বিভিন্নজনে বিভিন্নধৰণে জ্ঞাপন কৰিলে শুভকামনা ৷ আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ ভৱন বুর্জ খালিফাত শ্বাহৰুখ খানৰ নামৰ এটা ভিডিঅ' প্লে কৰা হয় ৷

বুৰ্জ খালিফা ভৱনত শ্বাহৰুখ খানৰ জন্মদিনৰ ভিডিঅ'

ইফালে বলীউডৰ বহু চেলিব্ৰেটীয়ে শ্বাহৰুখ খানক জন্মদিনৰ শুভকামনা জনায় এটা বিশেষ ভিডিঅ' যোগে ৷ চলমান খানে নিজৰ চ'ছিয়েল মিডিয়া একাউন্ট যোগে প্ৰচাৰ কৰে এই বিশেষ ভিডিঅ'টো ৷

বলীউড চেলিব্ৰেটীৰ বিশেষ ভিডিঅ'

অৱশ্যে শ্বাহৰুখ খানক তেওঁৰ জন্মদিনটোত দেখিবলৈ পোৱা যায় অসংখ্য গুণমুদ্ধৰ মাজত ৷ অভিনেতাগৰাকীয়ে মুম্বাইৰ এখন মহাবিদ্যালয়ত যুৱ প্ৰজন্মৰ একাংশ অনুৰাগীৰ মাজত উদযাপন কৰে নিজৰ জন্মদিন ৷

যুৱ প্ৰজন্মৰ মাজত শ্বাহৰুখ খান

ABOUT THE AUTHOR

...view details