অসম

assam

ETV Bharat / sitara

মুক্তিৰ দ্বিতীয় সপ্তাহৰ পাছতো চিনেমা হলত চাহিদা কমা নাই কেশৰীৰ

চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ মতে, অক্ষয় কুমাৰৰ এই ছবিখনে পূৰ্বৰ নিজৰে ৰেৰ্কড ভাঙিবলৈ সক্ষম হ'ব । এই ধাৰা অব্যাহত থাকিলে ছবিখনে অক্ষয় কুমাৰৰ হিট ছবি টয়লেটকো চেৰ পেলাবলৈ সক্ষম হ'ব বুলি তেঁও টুইটাৰ যোগে জানিবলৈ দিয়ে ।

By

Published : Apr 2, 2019, 11:01 AM IST

১২ দিনৰ ভিতৰত অৰ্জন কৰে ১২৫ কোটি টকা

নিউজ ডেক্স,২ এপ্ৰিলঃ বক্স অফিচত হিট অক্ষয় কুমাৰ অভিনীত চলচ্চিত্ৰ কেশৰী । মুক্তিৰ দ্বিতীয় সপ্তাহৰ পাছতো অলপো চাহিদা কমা নাই চলচ্চিত্ৰখনৰ । মুক্তিৰ ১২ দিনৰ ভিতৰতে ছবিখনে অৰ্জন কৰে প্ৰায় ১২৫ কোটি টকা ।

চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শৰ মতে, অক্ষয় কুমাৰৰ এই ছবিখনে পূৰ্বৰ নিজৰে ৰেৰ্কড ভাঙিবলৈ সক্ষম হ'ব । এই ধাৰা অব্যাহত থাকিলে ছবিখনে অক্ষয় কুমাৰৰ হিট ছবি টয়লেটকো চেৰ পেলাবলৈ সক্ষম হ'ব বুলি তেঁও টুইটাৰ যোগে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details