অসম

assam

ETV Bharat / sitara

লেকমি ফেশ্যন ৱিকত ষ্টানিং ৰূপত কৰীণা কাপুৰ - লেকমি ফেশ্যন ৱিকৰ ফাইনেল অনুষ্ঠান

ডিজাইনাৰ অমিত আগৰৱালাৰ শ্ব'ষ্টপাৰ কৰীণা কাপুৰ খানে লেকমি ফেশ্যন ৱিকৰ ফাইনেল অনুষ্ঠানত ডিজাইনাৰৰ কালেকচনক এক নতুন মাত্ৰা দিয়াৰ প্ৰয়াস কৰে ৷

KAREENA KAPOOR GIVES STUNNING CLOSURE TO LFW 2020
লেকমি ফেশ্যন ৱিকত ষ্টানিং ৰূপত কৰীণা কাপুৰ

By

Published : Feb 17, 2020, 4:13 PM IST

চিটাৰা ডেস্ক,17 ফেব্ৰুৱাৰীঃদেওবাৰে নিশা লেকমি ফেশ্যন ৱিক চামাৰ ৰিৰ্চোট 2020ত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে বলীউড ডিভা কৰীণা কাপুৰ খানে ৷

লেকমি ফেশ্যন ৱিকত ষ্টানিং ৰূপত কৰীণা কাপুৰ

লেকমি ফেশ্যন ৱিক, গ্ৰেণ্ড ফাইনেল যি ভৱিষ্যতৰ ফেশ্যন সন্দৰ্ভত অনুষ্ঠিত হৈছিল ৷ দিল্লীস্থিত ফেশ্যন ডিজাইনাৰে কৰীণা কাপুৰক নিজৰ শ্ব'ষ্টপাৰ ৰূপত উপস্থাপন কৰে ৷ এই ছিজনৰ লেকমি থিম #Betterin3D হিচাপে লৈ নিজৰ কালেকচন প্ৰকাশ কৰে ডিজাইনাৰে ৷

লেকমি ফেশ্যন ৱিকত ষ্টানিং ৰূপত কৰীণা কাপুৰ

LAKME FASHION WEEKৰ সামৰণি অনুষ্ঠানৰ শ্বুটিঙ সম্পন্ন হয় ইতিহাস প্ৰসিদ্ধ তথা বলীউডৰ বহু ছবি নিৰ্মাতাৰ প্ৰিয় ঠাই মুকেশ মিলছত ৷

লগতে পঢ়কঃফিল্মফেয়াৰ এৱাৰ্ড-2020ঃ ৰনবীৰ সিং আৰু আলিয়ালৈ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান

ABOUT THE AUTHOR

...view details