অসম

assam

ETV Bharat / sitara

2020ত মুক্তি লাভ কৰিব বলীউডৰ চৰ্চিত ছবি 'মুম্বাই ছাগা' - মুম্বাই ছাগা

জন আব্ৰাহম, জেকি শ্ৰফ আৰু সুনীল শেট্টী অভিনীত ছবি 'মুম্বাই ছাগা'ই মুক্তি লাব কৰিব 2020 চনৰ জুন মাহৰ 19 তাৰিখে

মুম্বাই ছাগা ছবিৰ মুক্তিৰ দিন ঘোষণাঃ 2020ৰ জুনত মুক্তি হ'ব ছবিখন

By

Published : Aug 17, 2019, 8:33 AM IST

নিউজ ডেস্ক, 17 আগষ্টঃ নিৰ্মাতা সঞ্জয় গুপ্তাৰ ছবিয়ে আগন্তুক বৰ্ষৰ জুন মাহৰ 19 তাৰিছে মুক্তি লাভ কৰিব৷ ছবিখনত মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব জন আব্ৰাহম, জেকি শ্ৰফ আৰু সুনীল শেট্টীক ৷ অভিনেতা জেকি শ্ৰফে ছ'ছিয়েল মিডিয়াত ছবিখনৰ পোষ্টাৰ মুকলি কৰাৰ লগতে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰে৷

উল্লেখ্য যে, মুম্বাই ছাগা ছবিখন আশী আৰু নব্বৈ দশকৰ গেংষ্টাৰৰ বিভিন্ন কাহিনীৰে নিৰ্মিত এখন ছবি আৰু ছবিখনত প্ৰতীক বব্বৰ, গুলছন গ্ৰভাৰ, ৰোহিত ৰায় আৰু অমোল গুপ্তাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব৷

ABOUT THE AUTHOR

...view details