নিউজ ডেস্ক, 5মাৰ্চঃ আপোনাৰ প্ৰিয় অভিনেতা জন আব্ৰাহাম যাব পাকিস্তানলৈ৷ পিচে কোনো ছবিৰ শ্বুটিঙ অথবা ভ্ৰমণৰ উদ্দেশ্যে নহয় এইবাৰ ভাৰতীয় চোৰাংচোৱা হৈ পাকিস্তানলৈ যাব বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম ৷
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম - পাকিস্তান
কেতিয়াবা যদি ৰোমিও, কেতিয়াবা আকবৰ , কেতিয়াবা আকৌ ৱাল্টাৰ ৰূপে চোৰাংচোৱাগিৰি চলাব পাকিস্তানত ৷
![চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2607262-632-863d294c-f8d9-4c1f-ac09-5c1d41182dce.jpg)
চোৰাংচোৱাৰ ৰূপত পাকিস্তানলৈ জন আব্ৰাহাম
অৱশ্যে বলীউডৰ এইজন ফিটেড অভিনেতাই প্ৰকৃততে পাকিস্তানলৈ কিয় চোৰাংচোৱা হিচাপে যাব সেইয়া জানিবলৈ আপুনি চাব লাগিব জন আব্ৰাহাম অভিনীত নতুন ছবি ৰোমিও আকবৰ ৱাল্টাৰ অৰ্থাৎ ৰ’ ৷