চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী:বলিউদৰ প্ৰয়াত প্ৰবীণ অভিনেত্ৰী শ্ৰীদেৱীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে অভিনেত্ৰী গৰাকীক স্মৰণ কৰিলে শ্ৰীদেৱীৰ জীয়ৰী তথা বলিউদৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু তেওঁৰ ভগ্নী খুচী কাপুৰে ৷ সামাজিক মাধ্যমযোগে নিজ মাতৃক স্মৰণ কৰে জাহ্নৱী আৰু খুচীয়ে ৷
হাতেলিখা এটা টোকা শ্বেয়াৰ কৰি জাহ্নৱীয়ে প্ৰয়াত মাকক স্মৰণ কৰে ৷ ইনষ্টাগ্ৰামযোগে জাহ্নৱীয়ে শ্বেয়াৰ কৰা চোকাটোত এইবুলি লিখা আছে "I love you my labbu. You are the best baby in the world." ৷