চিটাৰা ডেস্ক,8 জুলাইঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰণাণ্ডেজে শেহতীয়াকৈ স্বীকাৰ কৰে তেওঁৰ উদ্বেগৰ কথা ৷ তেওঁ জনাই যে বৰ্তমান অভিনেত্ৰীগৰাকী যুঁজি আছে তেওঁৰ জীৱনৰ কিছুমান ডাঙৰ চিন্তাৰ সৈতে ৷ সেয়ে নিয়মিত ৰূপত যোগাসন কৰি আছে অভিনেত্ৰী গৰাকীয়ে ৷
অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ইনষ্টাগ্ৰামযোগে লিখিছে," I have been dealing with some major anxiety these past few weeks.. however being consistent with yoga has taught me the valuable lesson of being in the moment and what’s even more important.. gratitude.. for life and being alive.."
প'ষ্টটোৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত তেওঁ যোগাসন কৰি থকা পৰিলক্ষিত হৈছে ৷