অসম

assam

By

Published : Mar 23, 2019, 2:24 PM IST

ETV Bharat / sitara

23 মাৰ্চত 32 বছৰীয়া হ'ল কংগনা

মণিকৰ্ণিকাৰ পাচত এইবাৰ জয়াললিতাৰ চৰিত্ৰত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউত ৷ তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা অভিনেত্ৰী জয়াললিতাৰ বায়'পিক 'থালাইভি'ত জয়াললিতাৰ চৰিত্ৰত দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক ৷

জয়াললিতাৰ বায়'পিক 'থালাইভি'ত কংগনা ৰানাউত

নিউজ ডেস্ক,23 মাৰ্চ : আজি বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউতৰ 32 সংখ্যক জন্মদিন ৷ আজিৰ এই দিনটোতে কংগনা ৰানাউতৰ অনুৰাগীসকলৰ বাবে আছে এক সুখবৰ ৷

মণিকৰ্ণিকাৰ পাচত এইবাৰ জয়াললিতাৰ চৰিত্ৰত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউত ৷ তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা অভিনেত্ৰী জয়াললিতাৰ বায়'পিক 'থালাইভি'ত জয়াললিতাৰ চৰিত্ৰত দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক ৷ বিষ্ণু ইণ্ডুৰীৰ প্ৰযোজনাত আৰু বিজয়ৰ পৰিচালনাত এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ছবিখনৰ শ্বুটিঙৰ কাম ৷

ABOUT THE AUTHOR

...view details