চিটাৰা ডেস্ক, 17 ডিচেম্বৰ :ক’ভিডৰ ধামখুমীয়াত বিগত দুটা বছৰত ৰাইজে একোৰে উৱাদিহ নাপাওতেই আহিল অ’মিক্ৰণ ৷ প্ৰশাসনে ইটোৰ পিছত সিটোকৈ স্বাস্থ্যৰক্ষা জনিত নীতি-নিৰ্দেশনা জাৰি কৰিয়েই আছে ৷ কিন্তু Rules are made tobe broken ক বেছিকৈ মানি চলিছে বহুতেই ৷
তেনে এক কাৰ্যৰ বাবেই বিতৰ্কৰ মাজত সোমাই পৰিল বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট (Bollywood actress Alia Bhatt in controversy) ৷