অসম

assam

By

Published : Feb 15, 2020, 8:48 PM IST

ETV Bharat / sitara

বিভিন্ন তাৰকাৰে ভৰিছে গুৱাহাটী মহানগৰী

বৰঝাৰ বিমানবন্দৰত সীমাহীন ব্যস্ততা ! কিয়নো পুৱাৰে সমাগম বহু দামী নামী তাৰকাৰ ৷

বিভিন্ন তাৰকাৰে ভৰিছে গুৱাহাটী মহানগৰী
বিভিন্ন তাৰকাৰে ভৰিছে গুৱাহাটী মহানগৰী


আজাৰা, 15ফেব্ৰুৱাৰীঃ দ্বিতীয় মায়ানগৰীলৈ পৰিণত গুৱাহাটী । কি গোৱিন্দা, কি আলিয়া, কি উৰ্বৰ্শী ৰাউতলা মুঠৰ ওপৰত নামী-দামী তাৰকাৰে বিমানবন্দৰ ভৰ্তি । কিয়নো আজি অনুস্থিত হ'ব বহুচৰ্চিত ফিল্মফেয়াৰ এৱাৰ্ড ৷

বিভিন্ন তাৰকাৰে ভৰিছে গুৱাহাটী মহানগৰী

ABOUT THE AUTHOR

...view details