অসম

assam

ETV Bharat / sitara

জনপ্ৰিয় ফেশ্যন ডিজাইনাৰ স্বপ্নিল সিন্ধেৰ ছচিয়েল মিডিয়াত সমকামিতাৰ পোষ্ট

জনপ্ৰিয় ফেশ্যন ডিজাইনাৰ স্বপ্নিল সিন্ধেৰ ছচিয়েল মিডিয়াযোগে সমকামিতাৰ পোষ্ট । এগৰাকী সমকামী মহিলা হিচাপে বাহ্য়িক জগতখনত ওলাবলৈ তেওঁ মঙলবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে পোষ্টটো শ্বেয়াৰ কৰে ৷

By

Published : Jan 6, 2021, 8:34 PM IST

স্বপ্নিল সিন্ধেৰ ছচিয়েল মিডিয়াযোগে সমকামিতাৰ পোষ্ট
স্বপ্নিল সিন্ধেৰ ছচিয়েল মিডিয়াযোগে সমকামিতাৰ পোষ্ট

চিটাৰা ডেস্ক, ৬ জানুৱাৰী:জনপ্ৰিয় ফেশ্যন ডিজাইনাৰ স্বপ্নিল সিন্ধে ছচিয়েল মিডিয়াযোগে তেওঁৰ লিংগ সম্বন্ধে ঘোষণা কৰে । ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ সমকামী পুৰুষ নহয় বুলি এক পোষ্ট কৰে । উল্লেখ্য যে, সিন্ধেই বলীউডৰ দীপিকা পাডুকন, কিয়াৰা আদৱানী, কৰীণা কাপুৰ খান, মাধুৰী দীক্ষিত আদি তাৰকাসকলৰ সৈতেও কাম কৰিছে ।

এগৰাকী সমকামী মহিলা হিচাপে বাহ্য়িক জগতখনত ওলাবলৈ তেওঁ মঙলবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে পোষ্টটো শ্বেয়াৰ কৰে আৰু নিজকে শ্বায়চা সিন্ধে বুলি পৰিচয় দিয়ে ।

সিন্ধেৰ এই পোষ্টটোৰ পাচতে বলীউডৰ বহু তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁক প্ৰশংসা কৰে আৰু অনাগত দিনত উৎসাহেৰে কাম কৰি যাবলৈ কয় ।

লগতে পঢ়ক:টাইগাৰ শ্ৰফৰ চিংগল ট্ৰেক 'কেছেনভা'ৰ প্ৰথমটো লুক শ্বেয়াৰ

ABOUT THE AUTHOR

...view details