অসম

assam

By

Published : Aug 16, 2020, 9:42 PM IST

ETV Bharat / sitara

অভিনেতা দীলিপ কুমাৰ ভাতৃদ্বয় ক’ভিড-19ত আক্ৰান্ত

উশাহ -নিশাহ লোৱাত অসুবিধা পোৱাত 90 বছৰীয়া এহচান খান আৰু 88 বছৰীয়া অসলম খানক শনিবাৰে লীলাৱতী হস্পাতালত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ৷

Dilip Kumar's brothers test positive for COVID-19, admitted to hospital
অভিনেতা দীলিপ কুমাৰ ভাতৃদ্বয় ক’ভিড-19ত আক্ৰান্ত

নিউজ ডেস্ক,16 আগষ্টঃ জনপ্ৰিয় অভিনেতা দীলিপ কুমাৰ ভাতৃদ্বয় এহচান খান আৰু অসলম খানৰ দেহত ক’ভিড-19 আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ উশাহ -নিশাহ লোৱাত অসুবিধা পোৱাত 90 বছৰীয়া এহচান খান আৰু 88 বছৰীয়া অসলম খানক শনিবাৰে লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, দীলিপ কুমাৰ পৰা বেলেগে থকা দুয়োগৰাকী ভায়েকক ডাঃ জলিল পাৰকৰে চিকিৎসা কৰি আছে ৷ ডাঃ পাৰকৰে জানিৱলৈ দিয়া অনুসৰি দুয়োগৰাকীকে শনিবাৰে পুৱতি নিশা চিকিৎসালয়লৈ অনা হয় ৷ ইপিনে দুয়োগৰাকীকে ক’ভিড-19 টেষ্ট কৰাত পজিটিভ পোৱা য়ায় ৷ সম্প্ৰতি দুয়োগৰাকীৰ দেহত অক্সিজেনৰ পৰিমান কম হোৱাৰ ৱাৱে ভেন্টিলেচনত ৰখা হৈছে ৷

লগতে পঢ়কঃ স্বাধীনতাৰ 74 বছৰৰ পাচতো উন্নয়ণৰ মুখ নেদেখা এখন গাঁও

ABOUT THE AUTHOR

...view details