অসম

assam

ETV Bharat / sitara

দিপীকাই কাৰ লগত কৰিলে চুম্বন ! - ETV BHARAT

অভিনেত্ৰী দিপীকা পাডুকনৰ স্কুল ইউনিফৰ্ম পৰিহিত এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত এইবাৰ ভাইৰেল হ'ল ছবিখনৰ এটা চুম্বনৰ দৃশ্য।

বিবাহিত দিপীকাই কাৰ লগত কৰিলে চুম্বন !

By

Published : Apr 22, 2019, 10:54 PM IST

মুম্বাই,২২ এপ্ৰিলঃ শ্বুটিং চলি থকাৰ পৰাই চৰ্চালৈ আহিছে দিপীকা পাডুকনৰ আহিবলগীয়া ছবি 'ছাপক'। কেতিয়াবা যদি অভিনেত্ৰী গৰাকীৰ স্কুল ইউনিফৰ্ম পিন্ধা ফটো প্ৰকাশ পায়। আন কেতিয়াবা এচিডে পোৰা প্ৰস্থেটিস্কছ মেকআপ কৰা ফটো প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে নিজেই। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত প্ৰকাশ পালে অভিনেত্ৰী গৰাকীৰ সহ অভিনেতাৰ বিক্ৰান্তৰ সৈতে এক অন্তৰংগ মূহুৰ্তৰ। দুই অভিনেতাদ্বয়ৰ চুম্বনৰ এক দৃশ্য শ্বুট কৰা হৈছিল। আৰু বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে অভিনেত্ৰী গৰাকী বৰ্তমান ব্যস্ত আছে এচিড আক্ৰমণৰ বলি লক্ষ্মীৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'ছাপক'ৰ দৃশ্যগ্ৰহণত। ছবি খনত দিপীকাৰ বিপৰীতে অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে।

ABOUT THE AUTHOR

...view details