নিতিশ তিৱাৰী নতুন ছবি "চিচোৰে"ৰ ট্ৰেইলাৰ মুকলি - সুশান্ত সিং ৰাজপুত
"চিচোৰে"ৰ ট্ৰেইলাৰ মুকলি ৷ ডংগল ছবিৰ নিৰ্মাতা নিতিশ তিৱাৰীয়ে নিৰ্দেশনা কৰা ছবিখন প্ৰযোজনা কৰিছে চাজিদ নাদিয়াদৱালায়ে ৷

নিতিশ টেৱাৰিৰ নতুন ছবি"চিচোৰে"ৰ ট্ৰেইলাৰ মুকলি
নিউজ ডেস্ক, 4 আগষ্ট: বন্ধুত্ব দিৱসৰ দিনা বন্ধুত্বৰ ওপৰত আধাৰিত ছবি "চিচোৰে"ৰ ট্ৰেইলাৰ মুকলি ৷ ডংগল ছবিৰ নিৰ্মাতা নিতিশ তিৱাৰীয়ে নিৰ্দেশনা কৰা ছবিখন প্ৰযোজনা কৰিছে চাজিদ নাদিয়াদৱালায়ে ৷ ছবিখনে মুক্তি লাভ কৰিব 6 চেপ্তেম্বৰত ৷ ছবিখনত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ, সুশান্ত সিং ৰাজপুত, বৰুন শৰ্মা, তাহিৰ ৰাজ ভাচিন, নৱিন পলিশেট্টী, তুষাৰ পাণ্ডে, শাহাৰ্ষ কুমাৰ শুক্লা আৰু প্ৰতিক বব্বৰে ৷