অসম

assam

ETV Bharat / sitara

দুৰ্ঘটনাত পতিত জনপ্ৰিয় ৰেপাৰ বাদশ্বাহ - ৰাজপুৰা-চৰহিন্দ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

মৃত্যুমুখৰ পৰা কথমপি বাচিল বি-টাউনৰ জনপ্ৰিয় তাৰকাগৰাকী ৷ গাড়ীৰ এয়াৰ বেগ খোল খোৱাৰ বাবেই প্ৰাণ ৰক্ষা ৰেপাৰ বাদশ্বাহৰ ৷

bollywood rapper badshah met with an accident in patiala
বলীউডৰ জনপ্ৰিয় ৰেপাৰ তথা পাঞ্জাৱী কন্ঠশিল্পী বাদছাহ

By

Published : Feb 3, 2020, 8:26 PM IST

চিটাৰা ডেস্ক,3 ফেব্ৰুৱাৰীঃ এটা গুৰুতৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি বাচিল বলীউডৰ জনপ্ৰিয় ৰেপাৰ তথা পাঞ্জাৱী কন্ঠশিল্পী বাদশ্বাহ ৷ মঙলবাৰে ৰাজপুৰা-চৰহিন্দ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ গাড়ী ৷ সৌভাগ্যক্ৰমে গাড়ীৰ এয়াৰ বেগ খোল খোৱাৰ বাবে প্ৰাণ ৰক্ষা পৰে বি-টাউনৰ জনপ্ৰিয় ৰেপাৰ গৰাকীৰ ৷ জানিব পৰা মতে, ঘন কুঁৱলীৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

বলীউডৰ জনপ্ৰিয় ৰেপাৰ তথা পাঞ্জাৱী কন্ঠশিল্পী বাদছাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details