চিটাৰা ডেস্ক,6 এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ নিশা 9 বজাৰ বিশেষ 9 মিনিটলৈ সঁহাৰি জনালে বহুজনে ৷ ব্যতিক্ৰম নহ'ল বলীউড তাৰকাসকলো ৷ দেওবাৰে নিশা কৰ'ণা মহামাৰীৰ বিৰুদ্ধে একত্ৰিত হ'ল সকলো ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে চানী লিয়নী , কেটৰিণা কাঈফ, ৰবীণা টেণ্ডন, উৰ্বশী ৰৌতেলা, বিপাশা বাসু, কৰিশ্মা কাপুৰ, য়ামী গৌতমৰ দৰে বহু অভিনেত্ৰীয়ে ৷ সকলোৱে নিজৰ ঘৰৰ লাইট নুমুৱাই চাকি ,মমৰ পোহৰৰ মাজত কটালে 9 মিনিট সময় ৷
কৰ'ণাৰ অমানিশাৰ বিৰুদ্ধে আশাৰ প্ৰদীপ জ্বলালে বহু তাৰকাই - কৰ'ণাৰ অমানিশাৰ বিৰুদ্ধে আশাৰ প্ৰদীপ জ্বলালে বহু তাৰকাই
চানী লিয়নী , কেটৰিণা কাঈফ,ৰবীণা টেণ্ডন,উৰ্বশী ৰৌতেলা,বিপাশা বাসু, কৰিশ্মা কাপুৰ, য়ামী গৌতমৰ দৰে বহু অভিনেত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ঘৰৰ লাইট নুমুৱাই চাকি ,মমৰ পোহৰৰ মাজত কটালে 9 মিনিট সময় ৷
![কৰ'ণাৰ অমানিশাৰ বিৰুদ্ধে আশাৰ প্ৰদীপ জ্বলালে বহু তাৰকাই Bollywood divas lighten up candels against covid 19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6682070-thumbnail-3x2-a.jpg)
কৰ'ণাৰ অমানিশাৰ বিৰুদ্ধে আশাৰ প্ৰদীপ জ্বলালে বহু তাৰকাই
এওঁলোকৰ উপৰিও দিশা পাটানী, দিব্যা খৌচলা কুমাৰ, মানুষী চিল্লাৰ, কাজল আগৰৱাল, কৃতি খৰবণ্ডা, ধ্বনি ভানুশালী সহিতে বহু বলীউড তাৰকাই দেওবাৰে নিশা কৰ'ণাৰ বিৰুদ্ধে জ্বলালে আশাৰ প্ৰদীপ ৷
লগতে চাওকঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ