অসম

assam

ETV Bharat / sitara

ভোটদানৰ বাবে ওলাই আহিল বি-টাউনবাসী - ভোটাধিকাৰ

মুম্বাইৰ বহু বলীউড তাৰকাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ

বি-টাউনবাসী

By

Published : Oct 21, 2019, 8:38 PM IST

চিটাৰা ডেস্ক,21 অক্টোবৰঃমহাৰাষ্ট্ৰত চলিছে ভোটগ্ৰহণ ৷ মহাৰাষ্ট্ৰৰ 288খন বিধানসভা আসনৰ বাবে আজি হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সাধাৰণ জনতাৰ লগতে ওলাই আহিল বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী৷


গৌৰী খানৰ সৈতে ভোটদানৰ বাবে ওলাই আহিল শ্বাহৰুখ খান

শ্বাহৰুখ খানৰ ভোটদান

জন আব্ৰাহমৰ ভোটদান

জন আব্ৰাহমৰ ভোটদান

অৰ্জুন কাপুৰৰ ভোটদান

অৰ্জুন কাপুৰৰ ভোটদান

ভোটদানৰ বাবে ওলাই আহিল প্ৰীতি জিন্টা

ABOUT THE AUTHOR

...view details