আজাৰা,14 ফেব্ৰুৱাৰীঃ গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ জনপ্ৰিয় তথা প্ৰসিদ্ধ অভিনেত্ৰী মাধুৰী দীক্ষিত । 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত অংশগ্ৰহণ কৰিবৰ বাবে অসমলৈ আহিছে অভিনেত্ৰীগৰাকী ৷
গুৱাহাটীত উপস্থিত বলীউড তাৰকা মাধুৰী দীক্ষিত - বলীউডৰ জনপ্ৰিয় তথা প্ৰসিদ্ধ অভিনেত্ৰী মাধুৰী দীক্ষিত
কাইলৈ অনুষ্ঠিত হ'ব লগা 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত অংশগ্ৰহণ কৰিবৰ বাবে অসমলৈ আহিছে ধক ধক গাৰ্ল মাধুৰী দীক্ষিত ৷
গুৱাহাটীত উপস্থিত বলীউড তাৰকা মাধুৰী দীক্ষিত
বিয়লিৰ ভাগত বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ এনেদৰে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে ৷ বিমানবন্দৰত কিছুসময় সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত পোনে পোনে ৰাওনা হয় ৰেডিছন ব্লু লৈ ৷
লগতে পঢ়কঃমা কামাখ্যা ধামত বলীউডৰ প্ৰখ্যাত সংগীতশিল্পী অভিজিৎ ভট্টাচাৰ্য