চিটাৰা ডেস্ক,18 জুলাইঃ নিজৰ প্ৰতিভাৰ জড়িয়তে বলীউডত খোপনি পোতা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ আজি 38 সংখ্যক জন্মদিন ৷ এই বিশেষ দিনটোত শুভকামনাৰে উপচাই তুলিলে অজস্ৰ জন অনুৰাগীৰ লগতে আত্মীয়-স্বজন তথা বলীউডৰ বিভিন্ন তাৰকাসকলে ৷
প্ৰিয়ংকা চোপ্ৰাক জন্মদিনৰ শুভকামনাৰে উপচালে চেলিব্ৰেটীয়ে - প্ৰিয়ংকা চোপ্ৰাক জন্মদিনৰ শুভকামনাৰে উপচালে চেলিব্ৰেটীয়ে
বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ 38 বছৰীয়া জন্মদিন উপলক্ষে অনুৰাগীৰ লগতে শুভকামনা জনালে আত্মীয় স্বজন তথা বলীউডৰ বিভিন্ন তাৰকাই ৷
প্ৰিয়ংকা চোপ্ৰাক জন্মদিনৰ শুভকামনাৰে উপচালে চেলিব্ৰেটীয়ে
এইখিনিতে জনাই থওঁ যে, বৰ্তমান দেশী গাৰ্ল সময় কটাইছে লছ এঞ্জেলছ স্থিত স্বামী নিক জ'নাছৰ গৃহত ৷ অভিনেত্ৰীগৰাকীৰ কামৰ কথালৈ চালে , সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে এমেজনৰ মাল্টি মিলিয়ন ডলাৰ চুক্তিত চুক্তিৱদ্ধ হৈছে ৷
লগতে পঢ়কঃসুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আদিত্য চোপ্ৰাৰ বিবৃতি