চিতাৰা ডেস্ক, 20 ফেব্ৰুৱাৰীঃ 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় 2020 চনৰ "Mirchi Music Awards"৷ এৱাৰ্ড শ্ব'টোৰ দ্বাদশ সংস্কৰণত অংশগ্ৰহণ কৰে বি টাউনৰ কেবাগৰাকী চেলিব্ৰেটীয়ে ৷ এই অনুষ্ঠানত সম্পূৰ্ণ ক'লা সাজত দেখা পোৱা গ'ল মোহময়ী অভিনেত্ৰী দিপিকা পাডুকনক ৷
আনহাতে "Shimmery black"নেকলাইন সাজত অতি গ্লেমাৰাছ দেখা গৈছিল অভিনেত্ৰী ৰবিনা টেণ্ডনক ৷