নিউজ ডেস্ক, 10 এপ্ৰিলঃ বলিউডৰ বায়'পিক পীএম নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কেন্দ্ৰীয় চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা লাভ কৰিছে অপ্ৰতিহতৰ প্ৰমাণ পত্ৰ ৷ ছবি নিৰ্মাতা উমাংগ কুমাৰ বীয়ে আইএএনএছক কয়, "আমি আগৰ পৰাই জানিছিলো যে এনেকুৱাই হ'ব ৷" লগতে কয়, ছবিখনৰ সমূহ কলা-কুশলী আৰু মই অৱগত আছিলো যে আমি ছবি নিৰ্মাণ কৰিছিলো ৷ এইখন এখন ছবি হয়, কোনো ধৰণৰ নিৰ্বাচনৰ প্ৰোপাগণ্ডা নহয় ৷ এতিয়া চেঞ্চৰ বোৰ্ডে এইটো সত্য প্ৰমাণিত কৰিলে ৷ যাৰ বাবে আমি আনন্দিত ৷" আনহাতে, বৰ্তমান পৰ্যন্ত জীৱনৰ আটাইতকৈ কঠিন ছবি পৰিগণিত ছবিখন 11 এপ্ৰিলত মুক্তি পোৱাৰ বাবে কৃতজ্ঞ আৰু উৎসাহিত বুলিও মন্তব্য কৰে পৰিচালকজনে ৷
পী. এম. নৰেন্দ্ৰ মোদীয়ে লাভ কৰিলে য়ু শ্বাৰ্টিফিকেট - etv bharat assam
বলিউডৰ বায়'পিক পীএম নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কেন্দ্ৰীয় চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা লাভ কৰিছে অপ্ৰতিহতৰ প্ৰমাণ পত্ৰ ৷ ছবি নিৰ্মাতা উমাংগ কুমাৰ বীয়ে আই এ এন এছ কয়, "আমি আগৰ পৰাই জানিছিলো যে এনেকুৱাই হ'ব
পীএম নৰেন্দ্ৰ মোডী
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম অৱস্থাৰ পৰা বৰ্তমান পৰ্যন্ত জীৱন ভিত্তিত নিৰ্মাণ কৰা বায়'পিকখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছিল ৷