অসম

assam

By

Published : Apr 10, 2019, 3:20 PM IST

ETV Bharat / sitara

পী. এম. নৰেন্দ্ৰ মোদীয়ে লাভ কৰিলে য়ু শ্বাৰ্টিফিকেট

বলিউডৰ বায়'পিক পীএম নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কেন্দ্ৰীয় চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা লাভ কৰিছে অপ্ৰতিহতৰ প্ৰমাণ পত্ৰ ৷ ছবি নিৰ্মাতা উমাংগ কুমাৰ বীয়ে আই এ এন এছ  কয়, "আমি আগৰ পৰাই জানিছিলো যে এনেকুৱাই হ'ব

পীএম  নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 10 এপ্ৰিলঃ বলিউডৰ বায়'পিক পীএম নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কেন্দ্ৰীয় চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা লাভ কৰিছে অপ্ৰতিহতৰ প্ৰমাণ পত্ৰ ৷ ছবি নিৰ্মাতা উমাংগ কুমাৰ বীয়ে আইএএনএছক কয়, "আমি আগৰ পৰাই জানিছিলো যে এনেকুৱাই হ'ব ৷" লগতে কয়, ছবিখনৰ সমূহ কলা-কুশলী আৰু মই অৱগত আছিলো যে আমি ছবি নিৰ্মাণ কৰিছিলো ৷ এইখন এখন ছবি হয়, কোনো ধৰণৰ নিৰ্বাচনৰ প্ৰোপাগণ্ডা নহয় ৷ এতিয়া চেঞ্চৰ বোৰ্ডে এইটো সত্য প্ৰমাণিত কৰিলে ৷ যাৰ বাবে আমি আনন্দিত ৷" আনহাতে, বৰ্তমান পৰ্যন্ত জীৱনৰ আটাইতকৈ কঠিন ছবি পৰিগণিত ছবিখন 11 এপ্ৰিলত মুক্তি পোৱাৰ বাবে কৃতজ্ঞ আৰু উৎসাহিত বুলিও মন্তব্য কৰে পৰিচালকজনে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম অৱস্থাৰ পৰা বৰ্তমান পৰ্যন্ত জীৱন ভিত্তিত নিৰ্মাণ কৰা বায়'পিকখন মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছিল ৷

ABOUT THE AUTHOR

...view details