অসম

assam

অনুস্কাই পোষ্ট কৰিলে বিৰাটৰ জন্মদিনৰ ফটো

By

Published : Nov 7, 2020, 11:54 AM IST

বিৰাট কোহলীৰ জন্মদিনৰ এটা দিনৰ পিচতে ইনষ্ট্ৰাগীমচ পোষ্ট কৰা দুয়োখনকৈ ফটোত একলগে দেখা গ'ল দুয়ো পতি-পত্নী বিৰাট আৰু অনুস্কাক ৷ ইনষ্ট্ৰাৰ শুভেচ্ছা জনালে আমিৰ খানেও ৷

Anushka Sharma shares loved-up pictures from Virat Kohli's 32nd birthday celebrations
অনুস্কাই পোষ্ট কৰিলে বিৰাটৰ জন্মদিনৰ ফটো

নিউজ ডেস্ক,6 নৱেম্বৰঃ ইনষ্ট্ৰাগ্ৰামত অনুস্কাই প'ষ্ট কৰিলে বিৰাটৰ জন্মদিনৰ দুখনকৈ ফটো ৷ বিৰাট কোহলীৰ জন্মদিনৰ এটা দিনৰ পিচতে প'ষ্ট কৰা দুয়োখন ফটোতে একলগে দেখা গ'ল দুয়ো পতি-পত্নী বিৰাট আৰু অনুস্কাক ৷ সমান্তৰালভাৱে ইনষ্ট্ৰা- টুইটাৰত বলিউডৰ তাৰকাসকলে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আমিৰ খানেও ইনষ্ট্ৰাৰ জৰিয়তে শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে,বিৰাটে আইপিএল খেলি থকাৰ বাবে তেওঁলোক বৰ্তমান ডুবাইতে আছে ৷

লগতে পঢ়কঃবিডেনে অসৎ উপায় অৱলম্বন কৰি হোৱাইট হাউছ দখলৰ চেষ্টা চলাইছেঃ ট্ৰাম্প

ABOUT THE AUTHOR

...view details