অসম

assam

ETV Bharat / sitara

কৰ'ণাৰ পৰা হাত সাৰিবৰ বাবে অনুষ্কাই দিলে স্বচ্ছতাৰ পাঠ

স্বচ্ছ ভাৰত অভিযানৰ ব্ৰেণ্ড এম্বেচেদৰ অনুষ্কা শৰ্মাই কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে জনসাধাৰণক দিছে স্বচ্ছতাৰ পাঠ ৷

anushka sharma lesson of cleanliness for curb coronavirus
কৰ'ণাৰ পৰা হাত সাৰিবৰ বাবে অনুষ্কাই দিলে স্বচ্ছতাৰ পাঠ

By

Published : Jun 2, 2020, 8:30 PM IST

চিটাৰা ডেস্ক, 2 জুনঃ অভিনেত্ৰী অনুষ্কা শৰ্মাই মঙলবাৰৰ দিনা স্বচ্ছতা বৰ্তাই ৰখা আৰু কৰ'ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বচ্ছতাৰ পাঠ দিয়ে দেশৰ সমূহ জনসাধাৰণক ৷ স্বচ্ছ ভাৰত অভিযানৰ লগত জড়িত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে স্বচ্ছ ভাৰত অভিযানক সহযোগ কৰি জনসাধাৰণৰ মাজত স্বচ্ছতাৰ শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে ৷

32 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে বাহিৰত শৌচ নকৰি,নিজৰ চৌপাশ চাফাকৈ ৰাখি নিজৰ লগতে দেশখন পৰিস্কাৰ ৰাখিবলৈ দেশবাসীক অনুৰোধ জনাইছে ৷

লগতে পঢ়কঃ ভাতৃৰ বাবে হাস্পতালত গীত জুৰিছিল সদ্য প্ৰয়াত ৱাজিদ খানে

ABOUT THE AUTHOR

...view details