চিটাৰা ডেস্ক,20জুনঃবলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ বিশেষ ভাৱে সক্ষম এগৰাকী অনুৰাগীয়ে ভৰিৰে বনাইছে মেগাষ্টাৰ গৰাকীৰ প্ৰতিচ্ছবি ৷ শেহতীয়াকৈ বিগ বিয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে শ্বেয়াৰ কৰে এই বিশেষ পেইন্টিংখন ৷
বিশেষভাৱে সক্ষম অনুৰাগীয়ে অংকন কৰিলে বিগ বিৰ বিশেষ পেইন্টিং - বিগ বিৰ বিশেষ পেইন্টিং
অমিতাভ বচ্চনে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে শ্বেয়াৰ কৰে এখন বিশেষ পেইন্টিং ৷ পেইন্টিং খন এই কাৰণেই বিশেষ কিয়নো বিগ বিৰ এগৰাকী বিশেষভাৱে সক্ষম অনুৰাগীয়ে ভৰিৰে অংকন কৰিছে অমিতাভ বচ্চনৰ এই প্ৰতিচ্ছবিখন ৷
![বিশেষভাৱে সক্ষম অনুৰাগীয়ে অংকন কৰিলে বিগ বিৰ বিশেষ পেইন্টিং amitabh differently abled fan paints actor using feet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7701684-thumbnail-3x2-a.jpg)
বিশেষভাৱে সক্ষম অনুৰাগীয়ে অংকন কৰিলে বিগ বিৰ বিশেষ পেইন্টিং
আয়ুষ নামৰ বিশেষভাৱে সক্ষম যুৱক গৰাকীৰ এই বিশেষ প্ৰতিভাই অমিতাভ বচ্চনৰ লগতে আকৰ্ষিত কৰিছে বহুজনকে ৷
লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি