অসম

assam

ETV Bharat / sitara

আলায়া এফে নিশ্চিত কৰিছে অনন্যা-ঈশান সম্পৰ্কীয় উৰা বাতৰি - আলায়া এফ

ঈশান খট্টৰ আৰু অনন্যা পাণ্ডে বি-টাউনৰ শেহতীয়া প্ৰেমিক যুগলৰ উৰা বাতৰি সামাজিক মাধ্যমত কিছুদিন ধৰি বিয়পি পৰিছে । ২০২০ চনত একেলগে অভিনয় কৰাৰ পিছত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা উৰা বাতৰি হৈ বিয়পি পৰিছিল । যদিও দুয়োজনে এতিয়াওতেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা আনুষ্ঠানিক কৰা নাই আলায়া এফে নিশ্চিত কৰিছে যে অনন্যা-ঈশান সম্পৰ্কে বিয়পা উৰা বাতৰি সঁচা ।

বি-টাউন
আলায়া এফে নিশ্চিত কৰিছে অনন্যা-ঈশান সম্পৰ্কে বিয়পা উৰা বাতৰি

By

Published : May 2, 2021, 5:59 PM IST

চিটাৰা ডেস্ক,২ মে': ঈশান খট্টৰ আৰু অনন্যা পাণ্ডে বি-টাউনৰ শেহতীয়া প্ৰেমিক যুগলৰ উৰা বাতৰি সামাজিক মাধ্যমত কিছুদিন ধৰি বিয়পি পৰিছে । তেওঁলোকৰ সম্পৰ্কক লৈ ইতিমধ্যে বহু জল্পনা-কল্পনা চলি আছে । শেহতীয়াকৈ ঈশান-অনন্যাক লৈ যি উৰা বাতৰি বিয়পিছে তাক লৈ নিশ্চিত কৰিছে আলায়া এফে ।

আলায়া এফে নিশ্চিত কৰিছে অনন্যা-ঈশান সম্পৰ্কে বিয়পা উৰা বাতৰি

দেওবাৰে, আলায়াই এক শ্ব'ত উপস্থিত হৈছিল য'ত 'স্পিল ইট অৰ ষ্ট্ৰিপ ইট' নামৰ এটা গেমত তেওঁক চাহ পেলাই দিবলৈ বা কাপোৰ বা আনুষঙ্গিক সামগ্ৰী এটুকুৰা আঁতৰাবলৈ কোৱা হৈছিল ।

যদিও অনন্যা আৰু ঈশানে তেওঁলোকৰ সম্পৰ্কৰ স্থিতি সম্পৰ্কে কোনো মন্তব্য কৰা নাই । এতিয়ালৈকে মালদ্বীপত তেওঁলোকে অৱসৰ বিনোদনৰ বাবে যোৱাৰ উৰা ৰাবাতৰি বিয়পি পৰিছে ।

লগতে পঢ়ক: চান্দ্ৰো তোমাৰৰ মৃত্যুত শোক প্ৰকাশ তাপস্বী-ভূমিৰ

ABOUT THE AUTHOR

...view details