অসম

assam

By

Published : Aug 10, 2019, 12:25 PM IST

ETV Bharat / sitara

দৰ্শকৰ মন জয় কৰিছে অক্ষয়-জ’নৰ ‘ব্ৰমেঞ্চ’য়ে

দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অক্ষয়-জ’নৰ ‘ব্ৰমেঞ্চ’য়ে

দৰ্শকৰ মন জয় কৰিছে অক্ষয়-জ’নৰ ‘ব্ৰমেঞ্চ’য়ে

নিউজ ডেস্ক, 10 আগষ্টঃ 15 স্বাধীনতা দিৱসৰ দিনা মুক্তি লাভ কৰিব বলিউদৰ ‘দেচি বয়জ’ আক্ষয় কুমাৰ আৰু জ’ন আব্ৰাহমৰ দুখনকৈ ছবিয়ে ৷ ভাৰতৰ মঙলগ্ৰহলৈ পঠোৱা উপগ্ৰহ মঙলযানৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ‘মিছন মঙল’ ছবিখন ৷

ইফালে 2008 চনৰ বাটলা হাউচ এনকাউন্টাৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে জ’নৰ ছবি বাটলা হাউচৰ ৷ ছবি দুখনৰ প্ৰম'চনত অভিনেতা দুগৰাকীক একেলগে দেখা গ’ল ৷ দুয়োজন অভিনেতাই ইজনে সিজনক ‘Brother from Another Mother’ বুলি অভিহিত কৰে ৷

ABOUT THE AUTHOR

...view details