চিটাৰা ডেস্ক, 20 জানুৱাৰী :সম্পৰ্ক এটা গঢ়িবলৈ যিমান টান, ভাঙিবলৈ সিমান সহজ ৷ সম্পৰ্ক গঢ়িবলৈ যিমান সময়ৰ প্ৰয়োজন হয় সেই সম্পৰ্ক শেষ কৰিবলৈ লাগে মাথো এটা মূহুৰ্ত ৷ সম্পৰ্কৰ ভৰ সদায় ঠুনুকা ৷
বিবাহে প্ৰেমক নিঃশেষ কৰি পেলাই - ৰাম গোপাল বাৰ্মা - ৰাম গোপাল বাৰ্মাই বিয়াৰ সন্দৰ্ভত এক কঠোৰ মন্তব্য কৰে
ধনুষ-ঐশ্বৰ্যৰ সম্পৰ্কত অহা বিচ্ছেদৰ খবৰত মৰ্মাহত হৈ ভাৰতীয় চলচিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাই বিবাহৰ সন্দৰ্ভত কৰিছে এক কঠোৰ মন্তব্য ৷
বিয়াই প্ৰেমক নিঃশেষ কৰি পেলাই- ৰাম গোপাল বাৰ্মা
সোমবাৰে ধনুষ আৰু ঐশ্বৰ্যই নিজৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে আতঁৰি থকাৰ কথা ঘোষণা কৰা পিছতেই RGV এ বিবাহক লৈ তেওঁৰ ব্যক্তিগত মত সমূহ এফালৰ পৰা প্ৰকাশ কৰে এনেদৰে...