অসম

assam

ETV Bharat / sitara

লোকসভা নিৰ্বাচনৰ পাচতে ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

1954 চনৰ পৰা চলি অহা দেশৰ চলচ্চিত্ৰ জগতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিগত সময়ছোৱাত এপ্ৰিল মাহৰ শেষৰ ভাগত ঘোষণা কৰা হয় যদিও দেশত লোকসভা নিৰ্বাচন চলি থকা বাবেই কিছু পলমকৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে

By

Published : Apr 24, 2019, 10:48 PM IST

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

নিউজ ডেস্ক, 24 এপ্ৰিলঃ 17 সংখ্যক লোকসভা নিৰ্বাচনৰ পাচতে ঘোষণা হ'ব দেশৰ চলচ্চিত্ৰ জগতৰ সন্মানীয় সন্মান "66 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" ৷ বুধবাৰে এই কথা ঘোষণা কৰিলে সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে ৷ উল্লেখ্য যে, 1954 চনৰ পৰা চলি অহা দেশৰ চলচ্চিত্ৰ জগতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিগত সময়ছোৱাত এপ্ৰিল মাহৰ শেষৰ ভাগত ঘোষণা কৰা হয় যদিও দেশত লোকসভা নিৰ্বাচন চলি থকা বাবেই কিছু পলমকৈ হ'ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে,বিগত বৰ্ষসমূহত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 3 মে' প্ৰদান কৰা হৈছিল ৷ য'ত দেশৰ চলচ্চিত্ৰ জগতত মহত্বপূৰ্ণ সেৱা আগবঢ়োৱা সকলক প্ৰদান কৰা হয় ৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ABOUT THE AUTHOR

...view details