নিউজ ডেস্ক, 16 মাৰ্চঃ বলিউডত চৰ্চাৰ শিখৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক "মোডী"৷ বিবেক অৱেৰয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা বায়'পিকখন বেৱ চীৰিজ হিচাপে উপভোগকৰিব পাৰিব দৰ্শকে ৷ ইতিমধ্যে মুকলি হৈছেবেৱ চিৰীজৰ ফাৰ্ষ্ট লুক ৷
বেৱ চিৰিজত প্ৰধানমন্ত্ৰী মোডীৰ জীৱন কাহিনী - বায়'পিক
অনুৰাগীৰ মাজলৈ আহিব লগা বেৱ চিৰীজটোৰ পৰিচালনা কৰিছে উমেশ শুক্লাই ৷

মোডী
মোডী নামেৰে অনুৰাগীৰ মাজলৈ আহিব লগা বেৱ চিৰীজ পৰিচালনা কৰিছে উমেশ শুক্লাই ৷ আনহাতে, 10 টা খণ্ডৰ জড়িয়তে বেৱ চিৰীজ দৰ্শকৰ মাজলৈ আহিব বুলি মন্তব্য কৰে কলা-কুশলীয়ে ৷