নিউজ ডেস্ক, 6 মাৰ্চ: শেহতীয়াকৈ স্পেইনত অনুষ্ঠিত হৈ থকা ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ ২০২৩ অনুষ্ঠানত টেকন’ই নিজৰ এটাতকৈ অধিক ডিভাইচ প্ৰৱৰ্তন কৰিছিল। ইলেক্ট্ৰনিক কোম্পানী টেকন’ই প্ৰথমটো ভাঁজ কৰিব পৰা ডিভাইচ ফেণ্টম ভি ফল্ড মুকলি কৰে ।
ইয়াৰ লগে লগে কোম্পানীটোৱে নিজৰ স্পাৰ্ক ছিৰিজত নতুন ডিভাইচ টেকনো স্পাৰ্ক ১০ প্ৰ’ প্ৰৱৰ্তন কৰে। এতিয়া কোম্পানীটোৱে বিশ্বজুৰি মুকলি কৰিছে নতুন ফোন Tecno Spark 10 Pro(New Smartphone Tecno Spark 10 Pro)। আহকচোন জানো টেকনোৰ এই নতুন স্মাৰ্টফোন Tecno Spark 10 Proৰ অন্য স্পেচিফিকেচনৰ বিষয়ে-
টেকনোৰ নতুন ডিভাইচ Tecno Spark 10 Pro এণ্ট্ৰি লেভেল স্মাৰ্টফোন
টেকনোৰ নতুন ডিভাইচ Tecno Spark 10 Pro ক এণ্ট্ৰি লেভেল স্মাৰ্টফোন হিচাপে উপস্থাপন কৰা হৈছে । এই স্মাৰ্টফোনটো লৈ অনা হৈছে MediaTek Helio G88 SoC প্ৰচেছৰ ।
ইয়াৰ উপৰিও নতুন স্মাৰ্টফোনটো গ্ৰাহকৰ বাবে অনা হৈছে দুটা ৰঙৰ ষ্টাৰী ব্লেক আৰু পাৰ্ল হোৱাইট । Tecno Spark 10 Proত ৮ জিবি ৰেম আৰু ২৬৫ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আছে(Tecno Spark 10 Pro with 32 megapixel selfie camera)।
টেকনোৰ Tecno Spark 10 Proত দিয়া হৈছে শক্তিশালী বেটাৰী