ইন্টাৰনেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungয়ে আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে (Samsung Galaxy S23 launch date) নিজৰ পৰৱৰ্তী Generationৰ ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজ গেলাক্সি এছ ২৩ মুকলি কৰিব পাৰে (Samsung mobile)।
9 to 5 Googleৰ মতে আগন্তুক ছিৰিজ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰা হ’ব আৰু বজাৰত উপলব্ধতাৰ বিষয়ে পিছত ঘোষণা কৰা হ’ব (samsung galaxy s23 smartphone) । টেক জায়ান্টটোৱে আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত আগন্তুক ডিভাইচসমূহৰ বাবে লঞ্চ ইভেণ্ট আয়োজন কৰাৰ সম্ভাৱনা আছে (Samsung in-person launch event) ।
২০২০ চনৰ পিছত কোম্পানীটোৰ প্ৰথমটো ব্যক্তিগতভাৱে মুকলি অনুষ্ঠান হ’ব (Samsung in person launch event) । ইফালে, চিপ নিৰ্মাতা কোম্পানী কোৱালকমে নিশ্চিত কৰিছিল যে, আগন্তুক Samsung Galaxy S23 launch ছিৰিজত বিশ্বজুৰি স্নেপড্ৰেগন প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব(Samsung launch event) । Galaxy স্মাৰ্টফোনত পৰম্পৰাগতভাৱে কোৱালকমৰ স্নেপড্ৰেগন চিপছেট ব্যৱহাৰ কৰা হৈছিল, যিবোৰ আমেৰিকাৰ দৰে নিৰ্বাচিত বজাৰত উপলব্ধ আছিল, আনহাতে, Exynos variant আন বজাৰত পোৱা গৈছিল ।