নেশ্যনেল ডেস্ক, 2 ছেপ্তেম্বৰ:JBL ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ ! কাৰণ গ্ল’বেল অডিঅ’ কোম্পানী জেবিএলে মুকলি কৰিলে(JBL Audio company) ১.৪৫ ইঞ্চিৰ স্মাৰ্ট চাৰ্জিং কেছ আৰু ইমাৰ্চিভ স্পেচিয়েল চাউণ্ড ইয়াৰবাডযুক্ত(JBL immersive spatial sound earbuds) বিশ্বৰ প্ৰথমটো wireless earbuds । ব্যৱহাৰকাৰীয়ে JBL Tour Pro 2 ইয়াৰবাডত LED টাচ ডিছপ্লেত(LED touch screen earbuds) টেপ কৰি স্মাৰ্টফোন স্পৰ্শ নকৰাকৈ সংগীত পৰিচালনা, ইয়াৰবাড কাষ্টমাইজ, কল, মেছেজ আৰু ছ’চিয়েল মিডিয়া পৰিচালনা কৰিব পাৰে । বিশ্বৰ প্ৰথম বেতাঁৰ এল ই ডি টাচ স্ক্ৰীণ ইয়াৰবাড(JBL Tour Pro 2 earbuds)।
হাৰমান লাইফষ্টাইল বিভাগৰ সভাপতি ডেভ ৰজাৰ্ছে(Dave Rogers, President of Harman Lifestyle Division) কয়, “আমি যি সৃষ্টি কৰিছো, বিশেষকৈ জেবিএল ট্যুৰ প্ৰ’ ২ স্মাৰ্ট চাৰ্জিং কেছত মই আনন্দিত(JBL Tour Pro 2 Smart Charging Case)। নতুন ব্যৱহাৰকাৰীকেন্দ্ৰিক বৈশিষ্ট্যৰ সন্ধানত আমি অৱশ্যে প্ৰয়োজনীয় কথাবোৰক অৱজ্ঞা কৰা নাই , আমি অডিঅ' অভিজ্ঞতা বৃদ্ধি কৰি গৈ আছো ।"