নিউজ ডেস্ক, 9 জুন: মেটাৰ মালিকানাধীন ফটো-ভিডিঅ’ শ্বেয়াৰিং এপ ইনষ্টাগ্ৰাম বন্ধ হোৱাৰ খবৰ আহিছে (when will instagram work again)। এই কথা নিশ্চিত কৰিছে DownDetector নামৰ এটা চাইটেও (is instagram down today in india)। প্ৰতিবেদন অনুসৰি ৫৬ শতাংশ ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম এপটোৰ সৈতে সমস্যাত পৰিছে ৷
আনহাতে ২৩ শতাংশ ব্যৱহাৰকাৰীয়ে লগ ইন কৰাত অসুবিধা পাইছে (Is Instagram Down right now)। ২১ শতাংশ ব্যৱহাৰকাৰীয়ে চাৰ্ভাৰৰ ডাউনৰ অভিযোগ কৰিছে (Instagram login)। ইনষ্টাগ্ৰামৰ উপৰিও বহু ফেচবুক ব্যৱহাৰকাৰীয়েও এই বিজুতিৰ অভিযোগ উত্থাপন কৰিছে (Instagram Down Again)। ফেচবুক ব্যৱহাৰকাৰীৰ টাইমলাইনো ৰিফ্ৰেচ হোৱা নাই (Is Instagram down 2023)।
লগতে পঢ়ক:WhatsApp Feature: WhatsAppত শ্বেয়াৰ কৰিব পাৰিব HD মানদণ্ডৰ ছবি
উল্লেখ্য যে, ইনষ্টাগ্ৰামত এইটো দ্বিতীয়টো আউটেজ । বিগত মাহৰ ২১ মে’তো ইনষ্টাগ্ৰাম কেইবাঘণ্টা ধৰি স্থবিৰ হৈ পৰিছিল ৷ যাৰ ফলত ব্যৱহাৰকাৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Instagram problems today)। আউটেজ ট্ৰেকিং ৱেবছাইট ডাউনডিটেক্টৰ ডট কমৰ তথ্য অনুসৰি ২১ মে’ত ৯৮ হাজাৰতকৈও অধিক ব্যৱহাৰকাৰীৰ একাউন্ট ডাউন হৈ পৰে । ইনষ্টাগ্ৰামত এটা টেকনিকেল বাগৰ বাবেই এনে হৈছিল বুলি জনা গৈছে । ইনষ্টাগ্ৰামৰ এই বাগৰ বাবে সমগ্ৰ বিশ্বতে ১,৮০,০০০ ব্যৱহাৰকাৰীৰ একাউণ্ট প্ৰভাৱিত হৈছিল (Why Instagram is not opening today)।
সংবাদ মাধ্যমৰ খবৰ বাতৰি অনুসৰি আমেৰিকাত এক লাখ, কানাডাত ২৪ হাজাৰ আৰু ব্ৰিটেইনত ৫৬ হাজাৰ ব্যৱহাৰকাৰীহে প্ৰভাৱিত হৈছে (Why is my Instagram not working)। উল্লেখ্য যে, ভাৰততো ইনষ্টাগ্ৰাম ডাউন হৈ পৰাৰ খবৰ আহি পৰিছে ৷
লগতে পঢ়ক:Instagramতো উপলব্ধ হ’ব নেকি AI Chatbot ? ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰেই আহিব নতুন বৈশিষ্ট্য