অসম

assam

ETV Bharat / science-and-technology

ফ্লিপকাৰ্টৰ আকৰ্ষণীয় অফাৰ: 12,500 তকৈও কম মূল্যত ক্ৰয় কৰক Google Pixel 6A - ফ্লিপকাৰ্ট

দিনটোৰ গ্ৰেট ডীল ফ্লিপকাৰ্টত দিয়া হৈছে । এই ডিলৰ অধীনত মাত্ৰ ১২,৪৯৯ টকাতে আপুনি ক্ৰয় কৰিব পাৰিব গুগল পিক্সেল 6A স্মাৰ্টফোন । 6GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্ট’ৰেজ থকা এই ফোনটোৰ মূল্য ৪৩,৯৯৯ টকা । বৰ্তমান ইয়াৰ মূল্য ফ্লিপকাৰ্টত ১৩ হাজাৰ টকাৰ ৰেহাইৰ পিছত ৩০,৯৯৯ টকাত উপলব্ধ । লগতে এই স্মাৰ্টফোনত ১৮,৫০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰ আগবঢ়াইছে কোম্পানীটোৱে । পুৰণি ফোনটোৰ সম্পূৰ্ণ এক্সচেঞ্জ বোনাছ পালে ১২,৪৯৯ টকাত গুগল পিক্সেল 6A আপোনাৰ হ’ব পাৰে ।

Buy Google premium smartphone for less than 12500 one day offer
12,500তকৈও কম মূল্যত ক্ৰয় কৰক Google Pixel 6A

By

Published : Nov 11, 2022, 9:07 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ:দিনটোৰ গ্ৰেট ডীল ফ্লিপকাৰ্টত দিয়া হৈছে (Flipkart one day offer) । এই ডিলৰ অধীনত মাত্ৰ ১২,৪৯৯ টকাতে আপুনি ক্ৰয় কৰিব পাৰিব গুগল পিক্সেল 6A স্মাৰ্টফোন । 6GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্ট’ৰেজ থকা এই ফোনটোৰ মূল্য ৪৩,৯৯৯ টকা(Google Pixel 6A) । বৰ্তমান ইয়াৰ মূল্য ফ্লিপকাৰ্টত ১৩ হাজাৰ টকাৰ ৰেহাইৰ পিছত ৩০,৯৯৯ টকাত উপলব্ধ । লগতে এই স্মাৰ্টফোনত ১৮,৫০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰ আগবঢ়াইছে কোম্পানীটোৱে । পুৰণি ফোনটোৰ সম্পূৰ্ণ এক্সচেঞ্জ বোনাছ পালে ১২,৪৯৯ টকাত গুগল পিক্সেল 6A আপোনাৰ হ’ব পাৰে (Google premium smartphone for less than 12500) ।

Google Pixel 6a ৰ বৈশিষ্ট্য আৰু বিশেষত্বসমূহ

কোম্পানীটোৱে এই ফোনত ১০৮০x২৪০০ পিক্সেল ৰিজ’লিউচনৰ সৈতে ৬.১ ইঞ্চিৰ Full HD+ ডিছপ্লে আগবঢ়োৱা হৈছে (Google smartphone) । এই প্ৰদৰ্শনে 60Hzৰ এটা refresh rate সমৰ্থন কৰে । ইয়াত কোম্পানীটোৱে কৰ্নিং গৰিলা গ্লাছ ৩কো সুৰক্ষা প্ৰদান কৰিছে । Always On Display বৈশিষ্ট্য সমৰ্থন কৰা এই ফোনত আছে 6GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্ট’ৰেজ ।

প্ৰচেছৰ হিচাপে আপুনি টাইটান এম ২ কো-প্ৰচেছৰৰ সৈতে গুগল টেনছৰ চিপছেট চাব পাৰিব । ফটোগ্ৰাফীৰ বাবে ফোনটোৰ পিছফালে এল ই ডি ফ্লেছৰ সৈতে ১২.২ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু ১২ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল লেন্স দিয়া হৈছে । চেলফিৰ বাবে কোম্পানীয়ে এই ফোনত ৮ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা আগবঢ়াইছে ।

ইন-স্ক্ৰীণ ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সৈতে সজ্জিত এই ফোনটোত আছে 4410mAh বেটাৰী । এই বেটাৰীয়ে 18W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । সংযোগৰ বাবে ফোনত 5G, নেনো চিম স্লট, ৱাই-ফাই 6E, ব্লুটুথ 5.2, জিপিএছ, NFC আৰু USB Type-c পৰ্টৰ বিকল্প দিয়া হৈছে । OSৰ কথা ক’বলৈ গ’লে এই ফোনটোৱে এণ্ড্ৰইড 12ত কাম কৰে ৷

লগতে পঢ়ক:Boat new smartwatch: 100টা স্প’ৰ্টছ মোডৰ সৈতে মুকলি হ'ল Boatৰ নতুন স্মাৰ্টৱাচ

ABOUT THE AUTHOR

...view details