ইন্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্ট :টুইটাৰৰ প্ৰাক্তন CEO Jack Dorseyয়ে টুইটাৰ যোগে এটা আক্ষেপ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । তেওঁৰ আটাইতকৈ ডাঙৰ আক্ষেপটো হ'ল যে টুইটাৰ এটা কোম্পানীত পৰিণত হৈছে(Jack Dorsey's biggest regret is that Twitter) ।
টুইটাৰ যোগে তেওঁ কয় যে "The biggest issue and my biggest regret is that it (Twitter) became a company" ৷ বিগত নৱেম্বৰ মাহত ডৰ্ছে টুইটাৰৰ CEO পদৰ পৰা পদত্যাগ কৰিছিল আৰু পৰাগ আগৰৱালাই CEOৰ কাৰ্যভাগ গ্ৰহণ কৰিছিল(Parag Agrawal) ।