অসম

assam

ETV Bharat / science-and-technology

গগণযান ব্যোমিত্ৰঃ ভাৰতৰ প্ৰথম মানৱ সদৃশ ৰবটৰূপে প্ৰেক্ষাপিত কৰা হ’ব মহিলা ৰবট

ভাৰতৰ প্ৰথম মানৱ সদৃশ ৰবট প্ৰেক্ষাপিত গগণযান ব্যোমিত্ৰ নামৰ যান প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ৷ বাংগালুৰুৰ হোটেল কনাৰ্ডত আয়োজিত তিনিদিনীয়া কাৰ্যক্ৰমণিকাত এই গগণযান প্ৰদৰ্শিত কৰা হয় ৷

By

Published : Jan 22, 2020, 8:40 PM IST

Updated : Feb 16, 2021, 7:51 PM IST

Humanoid for Gaganyaan is a 'SHE'; Meet Vyommitra from ISRO
প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন ভাৰতৰ প্ৰথম হিউমেনাইড গগণযানৰ

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ভাৰতৰ প্ৰথম হিউমেনাইড (মানৱসদৃশ ৰবট প্ৰেক্ষাপিত) গগণযানৰ ৷ বাংগালুৰুৰ হোটেল কনাৰ্ডত আয়োজিত তিনিদিনীয়া কাৰ্যক্ৰমণিকাত এই গগণযান প্ৰদৰ্শিত কৰা হয় ৷

হিউমেনাইড ব্যোমিত্ৰ কি?

প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন ভাৰতৰ প্ৰথম হিউমেনাইড গগণযানৰ

ভাৰতৰ প্ৰথম মানৱ সদৃশ ৰবট প্ৰেক্ষাপিত গগণযান ব্যোমিত্ৰ নামৰ যানখনত এগৰাকী মহিলা ৰবটক প্ৰক্ষেপণ কৰিব ৷ সেই ৰবটটোক ইংৰাজী আৰু হিন্দী ভাষা বুজি পোৱা ধৰণে প্ৰস্তুত কৰা হৈছে ৷ এই মানৱ সদৃশ ৰবটোৱে মহাকাশৰ সকলো গতিবিধি সম্পৰ্কে ৰেকৰ্ড কৰি তথ্য প্ৰেৰণ কৰিব ৷ লাইভ ৰিপ’ৰ্ট প্ৰেৰণৰ লগতে এই ৰবটটোক ছুইছ পেনেল সঞ্চালন, ইচিএলএলএচৰ কাৰ্যকো নিয়ন্ত্ৰিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে ৷ ইয়োৰোপৰি এই ৰবটটোৱে মহাকাশ যাত্ৰীসকলৰ সৈতে কথা-বতৰাও পাতিব পাৰিব আৰু প্ৰশ্নোত্তৰ দিয়াৰো সক্ষমতা থাকিব ৷

এতিয়াও ব্যোমিত্ৰৰ নিৰ্মাণ সম্পূৰ্ণৰূপে হৈ উঠা নাই যদিও চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব বুলি ইছৰোৰ প্ৰধান শিৱনে এই কথা প্ৰকাশ কৰে ৷
আৰু পঢ়কঃইৰাণ আমেৰিকাৰ মাজত অচলাৱস্থাঃ তীক্ষ্ণ কূটনীতিয়ে বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিলে

Last Updated : Feb 16, 2021, 7:51 PM IST

ABOUT THE AUTHOR

...view details