নিউজ ডেস্ক, 11 মাৰ্চঃনিজৰ সংগীকচ'ছিয়েল মিডিয়া পোষ্টত অন্তৰ্ভুক্ত কৰা কাৰ্যই পৰস্পৰৰ মাজত ঘনিষ্ঠতাবঢ়ায়৷ অকল এয়াই নহয় সম্পৰ্কত এক সন্তুষ্টি প্ৰদান কৰে আৰু সম্পৰ্কত নেতিবাচক প্ৰভাৱ নপৰে ৷
চ'ছিয়েল মিডিয়াত আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক কেনেকেুৱা?
নিজৰ সংগীক অন্তৰ্ভুক্ত কৰি ঘনাই পোষ্ট দিলে সম্পৰ্কত ইতিবাচত প্ৰভাৱ পৰে বুলি এক গৱেষণাত প্ৰকাশ পাইছে ৷ কাৰ্ণিগি মেলন বিশ্ববিদ্যালয় আৰু কানচাচ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এই তথ্য পুহৰলৈ আহিছে ৷
নিজৰ সংগীক চচিয়েল মিডিয়া পোষ্টত অন্তৰ্ভূক্ত কৰাটো সুস্থ সম্পৰ্কৰ চিহ্ণ : অধ্যয়ন
কাৰ্ণিগি মেলন বিশ্ববিদ্যালয় আৰু কানচাচ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত এই তথ্য পুহৰলৈ আহিছে ৷ ‘প্লচ ৱান’ (PLOS ONE) শীৰ্ষক এখন পত্ৰিকাত এই অধ্যয়নৰ তথ্যসমূহ প্ৰকাশপাইছে ৷