অসম

assam

ETV Bharat / lifestyle

ভাৰতীয় শিশু পুষ্টিহীনতাত কিয় ভোগে ?

মহিলাসকলে খেতি পথাৰ আৰু গৃহস্থী দুয়োফালে সমানে মনোনিৱেশ কৰে যদিও তেওঁলোকৰ খেতি পথাৰৰ ফালে থকা দায়বদ্ধতাৰ বাবে পুষ্টিহীনতাত ভোগে শিশুৱে ৷ এই কথা পোহৰলৈ আহিছে ৱাছিংটন ডি.চিৰ এক অধ্যয়নত ৷

By

Published : Jun 26, 2019, 7:48 PM IST

Updated : Jun 26, 2019, 7:57 PM IST

ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন

নিউজ ডেস্ক,26 জুন: ভাৰতত খেতি পথাৰত পুৰুষে যিমান কষ্ট কৰে সমানেই কষ্ট কৰে মহিলাই ৷ কৃষি কৰ্মত পুৰুষ মহিলা দুয়োৰে সমান অৱদান থাকে ৷ মহিলাসকলে খেতি পথাৰ আৰু গৃহস্থী দুয়ো ফালে সমানে মনোনিৱেশ কৰে যদিও তেওঁলোকৰ খেতি পথাৰৰ ফালে থকা দায়বদ্ধতাৰ বাবে পুষ্টিহীনতাত ভোগে একাংশ শিশুৱে ৷ এই কথা পোহৰলৈ আহিছে ৱাছিংটন ডি.চিৰ এক অধ্যয়নত ৷

ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন

অধ্যয়নৰ মতে মহিলাসকলে কৃষিকৰ্মত নিয়োজিত হোৱা বাবে নিজৰ সন্তানৰ খাদ্য আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে যাৰ ফলত শিশু সকলে পুষ্টিহীনতাত ভোগে ৷ দীৰ্ঘ সময় পথাৰত কাম কৰাৰ ফলস্বৰূপে মহিলাসকলৰ নিজৰ শৰীৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে যাৰ বাবে তেওঁলোকে সময় দিব নোৱাৰে নিজৰ সন্তানক ৷

ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন
এই কথা পোহৰলৈ আহিছে The Journal of Feminist Economicsৰ অধ্যয়নত ৷
ভাৰতীয় মহিলা কৃষিকৰ্মত নিয়োজিত হোৱা বাবে পুষ্টিহীনতাত ভোগে শিশুৱে : অধ্যয়ন
Last Updated : Jun 26, 2019, 7:57 PM IST

ABOUT THE AUTHOR

...view details