ঐতিহাসিক মহাভৈৰৱ মন্দিৰ - মহাভৈৰৱ মন্দিৰ
দ্বাপৰ যুগত শিৱভক্ত বাণৰজাই নিৰ্মাণ কৰিছিল এই বিখ্যাত শিৱ মন্দিৰ

ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
ইতিহাসৰ বহু-ঘটনা পৰিঘটনাৰ সাক্ষী তেজপুৰ চহৰ।বহু কীৰ্তিচিহ্নই সজীৱ কৰি ৰাখিছে এই চহৰৰ ঐতিহ্য আৰু সংস্কৃতি।
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
Last Updated : Feb 28, 2019, 10:42 PM IST