অসম

assam

ETV Bharat / lifestyle

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি - GOPAL KAKOTI

জন্মান্ধ শিল্পী গৰাকীয়ে সৰু কালৰে পৰাই পৰিৱেশন কৰি আহিছে লোকগীত, টোকাৰী গীত৷ কিন্তু শিল্পীগৰাকীয়ে বৰ্তমানেও পোৱা নাই কোনো ৰাজ সাহাৰ্য শিল্পী পেঞ্চন

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি

By

Published : May 8, 2019, 11:46 PM IST

খুমটাই, 8 মে': ৰাজসাহাৰ্য অবিহনে জীৱন অতিবাহিত কৰা এগৰাকী দিব্যাংগ শিল্পী খুমটাই চিনাতলিৰ গোপাল কাকতি। জন্মান্ধ শিল্পী গৰাকীয়ে সৰু কালৰে পৰাই পৰিৱেশন কৰি আহিছে লোকগীত, টোকাৰী গীত ৷ কিন্তু শিল্পীগৰাকীয়ে বৰ্তমানেও পোৱা নাই কোনো ৰাজ সাহাৰ্য বা শিল্পী পেঞ্চন।

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি

২০বছৰ ধৰি বৰদোৱাতে অস্থায়ী ভাৱে থিতাপি লোৱা শিল্পীগৰাকীয়ে দৰ্শনাথীৰ দানেৰেই জীৱন অতিবাহিত কৰি আহিছে ৷ জীৱনৰ শেষ কালছোৱাত গৃহহীন কাকতিয়ে এটি স্থায়ী গৃহ নিৰ্মাণ কৰি দিয়াৰ লগতে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷

ABOUT THE AUTHOR

...view details