সময়ে সলনি কৰিছে নেকি চেনেহৰ বিহুটিক!! - GOHAIN BIHU
সময়ৰ লগে লগে সলনি হৈছে বহাগ বিহুটি ৷ কেনে ধৰণৰ পাৰ্থক্য আহিল বিহুলৈ ? পূৰ্বৰ গছৰ তলৰ বিহু বৰ্তমান আহিল মঞ্চলৈ ৷ পৰিৱৰ্তন আহিলেও বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰখাটো প্ৰয়োজন বুলি প্ৰকাশ কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৷
A_Biswanath_Rangchali_DL_Bihu
বিশ্বনাথ,16 এপ্ৰিলঃ সমগ্র ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো বিভিন্ন ৰূপত গোঁসাই বিহু উদযাপন কৰা হয় । দক্ষিণ শাখা সাহিত্য সভা আৰু বিহালী প্ৰেছ ক্লাৱৰ উদ্যোগত জ্যেষ্ঠ জনক সেৱা জনাই। মঙলবাৰে পুৱাই ঘৰে ঘৰে গৈ প্ৰেছ ক্লাৱৰ সদস্য সকল আৰু সাহিত্য সভাৰ সদস্য সকলে সম্বৰ্ধনা জনাই ৷ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিনী মহন্তকো সম্বৰ্ধনা জনাই ৷