নিউজ ডেস্ক ,২জুনঃ সোমবাৰে নিশা উত্তৰপ্ৰদেশৰ ভুজাউনি গাওঁলৈ এটা হত্যাকাণ্ডৰ তদন্ত কৰাৰ বাবে এগৰাকী ২৫ বছৰীয়া যুৱকৰ ঘৰলৈ গৈছিল আৰক্ষীৰ এটা দল ।
সেই সময়তে গাওঁ বাসীয়ে হঠাৎ আৰক্ষীৰ বাহন খন আগুৰি ধৰে আৰু কিছু লোকে আৰক্ষীলৈ লক্ষ্য কৰি পাথৰ দলিয়াবলৈ আৰম্ভ কৰে । অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাৰ দাবীতে এইদৰে পৰিৱেশ উত্তাল কৰি তোলে গাঁওবাসীয়ে ।