অসম

assam

By

Published : May 27, 2020, 1:36 PM IST

ETV Bharat / jagte-raho

চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক মাতৃ-পুত্ৰ

অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী দুজন বিজনীৰ ৰাতিৰাম ৰোডৰ বাসিন্দা মাতৃ মনখুচী দেৱী আৰু পুত্ৰ অমিয় মণ্ডল ৷

Two drugs pedler detained at Bijni of Chirang
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক মাতৃ-পুত্ৰ

চিৰাং,27 মে':লকডাউনৰ মাজতে চিৰাং জিলাৰ বিজনীত ড্ৰাগছসহ আটক মাতৃ-পুত্ৰ ৷ বিজনীৰ আমগুৰীস্থিত পথেদি ই-ৰিক্সাৰে মৌতাৰাৰ পৰা আহি থকা অৱস্থাত স্থানীয় যুৱকৰ দলে সন্দেহৰ ভিত্তিত তালাচী চলোৱাত উদ্ধাৰ হয় ড্ৰাগছ ৷ ই-ৰিক্সা খনত তালাচী চলোৱাত উদ্ধাৰ হয় এটা চাধাৰ টেমা ভৰ্তি ড্ৰাগছৰ কন্টেইনাৰ ৷ পিচত ঘটনাস্থলীত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাসহ দণ্ডাধীশ উপস্থিত হৈ বুজ লয় সমগ্ৰ ঘটনা ৷ লগতে আটক কৰে মাতৃ-পুত্ৰক ৷

চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক মাতৃ-পুত্ৰ

উল্লেখ্য যে, অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী দুজন বিজনীৰ ৰাতিৰাম ৰোডৰ বাসিন্দা মাতৃ মনখুচী দেৱী আৰু পুত্ৰ অমিয় মণ্ডল ৷ দীৰ্ঘদিনৰ পৰাই বিজনী অঞ্চলত মাতৃ-পুত্ৰই মিলি ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃৰঙাপৰাৰ বৰজুলি-খেলমাটি সংযোগী বিধ্বস্ত পথে দুৰ্ভোগ ভূগাইছে ৰাইজক

For All Latest Updates

ABOUT THE AUTHOR

...view details