অসম

assam

ETV Bharat / jagte-raho

সোণাপুৰত দিন দুপৰতে ডকাইতি কাণ্ড - সোনাপুৰ

সোণাপুৰ ষ্টেট বেংকৰ পৰা টকা লৈ আহি থাকোতেই বাইকেৰে অহা দুটা দুৰ্বৃ্ত্তই কাঢ়ি নিয়ে টকাখিনি ৷

etv bharat

By

Published : Jun 1, 2019, 10:18 PM IST

গুৱাহাটী, 1 মে’: শনিবাৰে সোণাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ডকাইতি কাণ্ড ৷ ভীম প্ৰসাদ শৰ্মা নামৰ লোকজনৰ পৰা ডকাইতে কাঢ়ি নিয়ে 4 লাখকৈ টকা ৷ সোণাপুৰ ষ্টেট বেংকৰ পৰা টকাখিনি লৈ আহি থকাৰ সময়তে বাইকেৰে অহা দুটা দুৰ্বৃত্তই লোকজনৰ পৰা কাঢ়ি নিলে পইচা ভৰ্তি বেগটো ৷

সোনাপুৰত দিন দুপৰতে ডকাইতি কাণ্ড

ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীয়ে সোণাপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details