উত্তৰ গুৱাহাটী GNRC মেডিকেলত নিৰ্লজ্জ কাণ্ড - etv bharat
স্বাস্থ্যকৰ্মীৰ অসৎ কামনাৰ বলি এগৰাকী ICUত চিকিৎসাধীন ৰোগী ৷ ৱাৰ্ড বয়ে চিকিৎসাৰ চলেৰে নিশা তিনিবাৰকৈ ধৰ্ষণ কৰে এগৰাকী 13 বছৰীয়া ৰোগীয়া কিশোৰীক
![উত্তৰ গুৱাহাটী GNRC মেডিকেলত নিৰ্লজ্জ কাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2849778-77-9b3c8c3a-b871-4c9f-a846-c3810ebbc03f.jpg)
etv bharat
গুৱাহাটী, 30 মাৰ্চঃউত্তৰ গুৱাহাটী GNRC মেডিকেলত ধৰ্ষণৰ বলি হ’ল এগৰাকী ICUত চিকিৎসাধীন ৰোগী ৷
গুৱাহাটী GNRC মেডিকেলত অসৎ কামনাৰ বলি হ’ল এগৰাকী ICU ৰোগী