অসম

assam

ETV Bharat / jagte-raho

জুৰীয়াত অস্ত্ৰ-শস্ত্ৰসহ আটক এটা কুখ্যাত ডকাইত - ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জুৰীয়াত সোমবাৰে নিশা ডকাইতৰ বিৰুদ্ধে নগাওঁ আৰু জুৰীয়া আৰক্ষীৰ যুঁটীয়া অভিযান

robber arrested at Nagaon juria
জুৰীয়াত অস্ত্ৰ-শস্ত্ৰসহ আটক এটা কুখ্যাত ডকাইত

By

Published : Feb 11, 2020, 1:34 PM IST

ৰূপহীহাট, 11 ফেব্ৰুৱাৰীঃসোমবাৰে নিশা জুৰীয়াত ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ নগাওঁ জিলা আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এটা কুখ্যাত ডকাইত ৷ আৰক্ষীৰ দলটোৱে জুৰীয়া তিনিচুকীয়া গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে নজৰুল ইছলাম নামৰ কুখ্যাত ডকাইতটোক ৷ নজৰুল ইছলামৰ পৰা আৰক্ষীয়ে ,ড্ৰাগছ, হস্তনিৰ্মিত পিষ্টলসহ এক জাঁই 12 ব'ৰ সজীৱ গুলী উদ্ধাৰ কৰে ৷ ইতিমধ্যে নগাওঁ জিলা আৰু জুৰীয়া আৰক্ষীয়ে ধৃত ডকাইতটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

জুৰীয়াত অস্ত্ৰ-শস্ত্ৰসহ আটক এটা কুখ্যাত ডকাইত

ABOUT THE AUTHOR

...view details