অসম

assam

ETV Bharat / jagte-raho

ৰঙিয়াত 24 ঘণ্টাত উদ্ধাৰ তৃতীয়টো মৃতদেহ - ৰঙিয়া ষ্টেচন

ৰঙিয়াত যোৱা 24 ঘণ্টাত হাইৱেৰ ওচৰৰ ফ্লাইঅভাৰৰ কাষত দুটা মৃতদেহ উদ্ধাৰ হৈছিল ৷ দেওবাৰে তৃতীয়টো মৃতদেহ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় ৷

ৰঙিয়াত 24 ঘণ্টাত উদ্ধাৰ তৃতীয়টো মৃতদেহ

By

Published : Sep 8, 2019, 6:05 PM IST

ৰঙিয়া,8ছেপ্টেম্বৰঃ

  • ৰঙিয়াত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ
  • দেওবাৰে তৃতীয়টো মৃতদেহ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয়
  • ৰঙিয়া ষ্টেচনৰ ওচৰৰ কৰিয়াৰাত উদ্ধাৰ মৃতদেহটো
  • কৰিয়াৰাৰ জাকিৰ হুছেইনৰ বাৰীৰ খালত উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই
    ৰঙিয়াত 24 ঘণ্টাত উদ্ধাৰ তৃতীয়টো মৃতদেহ
  • পুৱা ঘৰত কাম কৰা বনুৱাই পিছফালে যাঁওতে মৃতদেহটো পানীত উপঙি থকা প্ৰত্যক্ষ কৰে
  • ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপষ্ঠিত হৈ অনুসন্ধান আৰম্ভ কৰিছে
  • উল্লেখ্য যে যোৱা 24 ঘণ্টাত হাইৱেৰ ওচৰৰ ফ্লাইঅভাৰৰ কাষত দুটা মৃতদেহ উদ্ধাৰ হৈছিল

ABOUT THE AUTHOR

...view details