অসম

assam

ETV Bharat / jagte-raho

বিদ্যালয়ৰ বন্ধ কোঠাত শিক্ষকৰ কামনাৰ বলি সহকাৰী ৰান্ধনী - শিক্ষকৰ কামনাৰ বলি হ'ল ৰান্ধনী

কৰিমগঞ্জত চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভনেৰে এজন শিক্ষকে অসৎ কাৰ্য চৰিতাৰ্থ কৰিলে বিদ্যালয়খনৰ গৰাকী ৰান্ধনী লগত ৷ বিদ্যালয়ৰ ভিতৰতে এনে জঘন্য কাণ্ড সংঘটিত কৰাত শিক্ষক জনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক

কৰিমগঞ্জত শিক্ষকৰ কামনাৰ বলি সহকাৰি ৰান্ধনী

By

Published : Jun 12, 2019, 7:44 PM IST

কৰিমগঞ্জ, 12 জুনঃ কৰিমগঞ্জত নূৰ আহমদ নামৰ শিক্ষকৰ কামনাৰ বলি হ'ল ফকিৰটিলা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰি ৰান্ধনী । অভিযোগ অনুসৰি নূৰ আহমদে ৰান্ধনীগৰাকীক বিদ্যালয়ৰ এটা কোঠাতে প্ৰথমে ধৰ্ষণ কৰাৰ বিপৰীতে চাকৰি নিয়মিত কৰণৰ প্ৰলোভনেৰে সহবাস কৰি আহিছিল৷ বিদ্যালয়ৰ শিক্ষকৰ এনে কামত অন্তসত্বা হৈ পৰে যুৱতী গৰাকী ।

কৰিমগঞ্জত শিক্ষকৰ কামনাৰ বলি সহকাৰি ৰান্ধনী

তাৰোপৰি নূৰ আহমদক বৰ্তমান বিয়াৰ হেঁচা দিলেও বিয়া কৰাবলৈ অস্বীকাৰ কৰে অভিযুক্তই ৷ অৱশেষত উপায়হীন হৈ কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে । বিদ্যালয়ৰ ভিতৰতে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ বাবে শিক্ষকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

আৰু পঢ়কঃ 'বায়ু'ৰ কৱলত গুজৰাট : বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা

ABOUT THE AUTHOR

...view details