অসম

assam

ETV Bharat / jagte-raho

তামুলপুৰৰ দলংদিয়াত নৃশংস হত্যাকাণ্ড - crime news

তামুলপুৰৰ গোৰেশ্বৰত দেওবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা ৷ মদৰ ৰাগিত লগৰীয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

তামুলপুৰৰ দলংদিয়াত হত্যাকাণ্ড

By

Published : Oct 21, 2019, 11:23 AM IST

তামুলপুৰ,21 অক্টোবৰঃ দেওবাৰে নিশা গোৰেশ্বৰৰ দলংদিয়াত সংঘটিত হয় নৃশংস হত্যাকাণ্ড । এগৰাকী লোকক ধাননি পথাৰত মৰিয়াই মৰিয়াই নৃশংস ভাবে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । মৃত লোকজন গোৰেশ্বৰৰ বাগানবস্তিৰ অনন্ত দাস ৷ মদৰ ৰাগিত লগৰীয়াই হত্যা কৰাৰ সন্দেহ একাংশ স্থানীয় ৰাইজৰ । ইপিনে মৃতদেহটোৰ ওচৰত দুখন চাইকেল আৰু টৰ্চলাইট উদ্ধাৰ কৰিছে আৰক্ষীয়ে । ঘটনাস্থলিত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ সোধ পোচৰ বাবে তিনিগৰাকী লোকক আটক কৰে ।

তামুলপুৰৰ দলংদিয়াত হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details