নিউজ ডেস্ক, 4 জানুৱাৰী : কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ CISF য়ে সোমবাৰে বেংগালুৰুৰ কেম্পগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চেন্নাইলৈ যাব বিচৰা এগৰাকী যাত্ৰীৰ পৰা 13 জাই সঁজীৱ গুলী আৰু পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে এই কথা ৷
বেংগালুৰুৰ বিমান বন্দৰত যাত্ৰীৰ পৰা উদ্ধাৰ সঁজীৱ গুলী-পিষ্টল - বেংগালুৰুৰ বিমান বন্দৰত যাত্ৰীৰ পৰা উদ্ধাৰ সজীৱ গুলী-পিষ্টল
কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ CISF য়ে সোমবাৰে বেংগালুৰুৰ কেম্পগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চেন্নাইলৈ যাব বিচৰা এগৰাকী যাত্ৰীৰ পৰা 13 জাই সঁজীৱ গুলী আৰু পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে এই কথা ৷
বেংগালুৰুৰ বিমান বন্দৰত যাত্ৰীৰ পৰা সজীৱ গুলী আৰু পিষ্টল উদ্ধাৰ
উল্লেখ্য যে, নন্দেশ্বৰ নামৰ ব্যক্তি গৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে গুলী আৰু পিষ্টলটো ৷ সম্প্ৰতি লোকজনক মুকলি কৰি দিয়া হৈছে কিয়নো তেওঁৰ হাতত গুলী আৰু পিষ্টল ৰখাৰ প্ৰয়োজনীয় অনুমতি আছিল ৷ সকলোবোৰ তথ্য আৰু নথি তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিচত মুকলি কৰি দিয়া হয় লোকজনক ৷
লগতে পঢ়ক :সুৰা সৰবৰাহকাৰীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান
Last Updated : Jan 4, 2021, 5:03 PM IST